আমৰা কায়

কোচ ৰাজবংশী সাহিত্য সভা,
কামৰূপ মহানগৰ জিলা সমিতি,
গুৱাহাটী - ৪0

কামৰূপ ( মেট্ৰো ) জিলাত বসত কৰা আমৰা কয় একজন কোচ ৰাজবংশী মানষি ৷ আমাৰ মাতৃভাষা ৰাজবংশী ৷ এই মাতৃভাষা বা মাওৰাওয়েৰ উন্নতিৰ বাদে আমৰা ইং ২০২১ সনেৰ ২১ মাৰ্চ তাৰিখে কোচ ৰাজবংশী সাহিত্য সভাৰ একটা জিলা শাখা গুৱাহাটীত সিজ্জন কইৰছোং ৷আমাৰ এই জিলা শাখাতা কোচ ৰাজবংশী সাহিত্য সভা , শক্তি আশ্ৰম , কোকৰাঝাৰ , কেন্দ্ৰীয় সমিতিৰ অন্তভুৰ্ক্ত আাৰ সংবিধানেৰ নীতি নিয়ম মানি চলিয়া কাজ-কাম কৰি আছে ৷ইতিমধ্যে আমাৰ তিন বছৰ বিতি গেইল । আইজকা ৩১ মাৰ্চ ২০২৪ তাৰিখ আমাৰ পত্থম তে-বছৰকীয়া অধিবেশনখান অনুষ্ঠিত হৈল ৷  এই অধিবেশনতে আমাৰ ৱেবচাইটটা মুকলন কৰা হৈল ৷ ৱেবচাইট মুকলন কৰিল অৱসৰী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া ড° অনুপম কুমাৰ ৰায় ডাঙৰীয়ায় ৷

আমাৰ মূল উদ্দেশ্য

সূচুনা : কোচ ৰাজবংশী ভাষা-সাহিত্য-সংস্কৃতিৰ উন্নতিৰ জৈন্যে ৰাজনৈতিক আৰ সাম্প্ৰদায়িক স্বাৰ্থৰ উৰ্দ্ধত থাকিয়া কাজ কৰিবাৰ বাদে কোচ ৰাজবংশী সাহিত্য সভা গঠন কৰা হইল ৷
১ম ছেদ : নামাকৰণ :
এই সভাৰ নাম 'কোচ ৰাজবংশী সাহিত্য সভা' ৷ সংক্ষেপে 'কোঃ ৰাঃ সাঃ সঃ' বুলিয়া কইলে ইয়াকে বুজাইবে ৷
২য় ছেদ উদ্দেশ্য :
ক) ৰাজবংশী ভাষা-সাহিত্যৰ উন্নতি কৰাটায় এই সভাৰ প্ৰধান উদ্দেশ্য ৷এই উদ্দেশ্য আগত নিয়াই সগায় তলত দেওয়া ধৰণে কাজ কৰিবাৰ চেষ্টা চলাইবে ৷
খ) ৰাজবংশী ভাষাৰ অভিধান , ব্যাকৰণ, গ্ৰন্থ আদি প্ৰকাশ কৰা ৷
গ) ৰাজবংশী ভাষাৰ প্ৰাচীন সাহিত্য ,লোকসাহিত্য আৰ অন্যান্য তথ্য অনুসন্ধান ,সংগ্ৰহ, গবেষণা ,সংৰক্ষণ আৰ প্ৰকাশ কৰা হৈবে ৷
ঘ) প্ৰকাশিত গ্ৰন্থ উপযুক্ত বুলিয়া বিবেচিত হইলে লেখকক পুৰস্কাৰ আৰ সাহিত্যিকক সাহাৰ্য্য প্ৰদান কৰা ৷
ঙ) মুখ পত্ৰ আৰ প্ৰচাৰ পত্ৰ প্ৰকাশ কৰা
চ) কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষা-সাহিত্য আৰ সংস্কৃতিৰ বিকাশেৰ জৈন্যে গবেষণা কেন্দ্ৰ স্হাপন কৰা আৰ এগিলাৰ বিকাশেৰ ক্ষেত্ৰত থাকা প্ৰতিবন্ধকগুলা দূৰ কৰা ৷

লেখাগুলা

ভবিষ্যতেৰ মাৰ্গদৰ্শন : গতিবিধি আৰ কৃতকাৰ্যতাৰ মূল চাবিকাঠি

ই-আলোচনী

'কটপ' পত্তম সংখ্যা - জুলাই ২০২১

'কটপ' দুতিয়া সংখ্যা - অক্টোবৰ - ২০২১

'কটপ' তিতিয়া সংখ্যা - এপ্ৰিল - ২০২২

'কটপ' চতুৰ্থ সংখ্যা - এপ্ৰিল - ২০২২

'কটপ' পঞ্চম সংখ্যা - ২০২২

'কটপ' পচতুৰ্থ বৰ্ষা - ২০২৫

No E-Magazines found.

কবিতা
প্ৰবন্ধ

কাৰ্যসম্পাদন

কোচ ৰাজবংশী সাহিত্য সভা কামৰূপ মহানগৰ জিলা সমিতৰ তৰফেৰ থাকি 'কটপ' নামেৰ একখান দ্বিভাষিক ই-আলোচনী বাইৰ কৰা হয় ২০২১ সনেৰ জুলাই মাসত ৷

কবিতাৰ বই " নিজান পখীৰ সুজান বুলি " উন্মোচনেৰ সমায়ত ৷
কেন্দ্ৰীয় সমিতিৰ সদস্যৰ সাথত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ডাঙৰীয়া মহোদয়ক সাক্ষাৎ ৷
কোচ ৰাজবংশী সাহিত্য সভাৰ সদস্যৰ সহিতে অসম সাহিত্য সভাৰ সভাপতিক সাথত সাক্ষাৎ কৰাৰ সমায়ত ৷

কোচ ৰাজবংশী সাহিত্য সভাৰ কামৰূপ মহানগৰ জিলা সমিতি হিচাপে আমৰা মোটামুটি ভালেখান কাম হাতত নিছিলোং যেমন কেন্দ্ৰীয় সাহিত্য সভাৰ উদ্যোগ আৰ নিৰ্দেশ মতে কোচ ৰাজবংশীৰ বেষমা বিষয়টা আৰ ৰাজবংশী নৃত্যগুলাও মাধ্যমিক পাঠ্যক্ৰমত সামিল কৰণেৰ বাদে SEBA ৰ সাথত যোগাযোগ কৰা , ৰাজবংশী ভাষাৰ পত্থম ই-আলোচনীখান প্ৰকাশ কৰা , প্ৰাক-পাত্থমিক শিক্ষাৰ বাদে ৰাজবংশী বই তৈয়াৰ কৰা , সভাৰ মাটিৰ আবন্টনেৰ বাদে দৌৰাদৌৰি কৰাকে ধৰি অসম সৰকাৰেৰ শিক্ষামন্ত্ৰী মাননীয় ডাঃ ৰণোজ পেগু দেব আৰ কেন্দ্ৰীয় সমিতিৰ স্বজাতি দলেৰ সাথত বহুবাৰ আলোচনাত বহা হৈছে ৷ 'কটপ' ই-আলোচনীখানেৰ পত্থম, দুতিয়া আৰ তিতিয়া সংখ্যাৰ উপৰাও পত্থম তে-বছৰকীয়া অধিবেশনত 'কটপ' আলোচনীখানেৰ চতুৰ্থ সংখ্যা ছাপাবই বিতৰণ কৰাৰ ব্যবস্থা কৰা হৈছে ৷ আমাৰ সমিতিৰ সদস্যগুলানেৰ দ্বাৰায় 'নিজান পখীৰ সুজান বুলি' নামেৰ এখান কবিতাৰ বই বাইৰ কৰাৰ উপৰাও কোচ ৰাজবংশীৰ ভাষা-সংস্কৃতিৰ ঝিলকানি' নামেৰ এখান প্ৰবন্ধ বই পত্থম তে-বছৰকীয়া অধিবেশনত মুকলন কৰা হৈছে ৷


আমাৰ কাজুয়া সমিতিৰ সদস্যবৃন্দ  

ড° অনুপম কুমাৰ ৰায়
অৱসৰী ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া , এম এচ চি , পি এইচ ডি - উপদেষ্টা
অধ্যাপক সুধীৰ কুমাৰ মণ্ডল
এম এ ( অৰ্থনীতি ) - উপদেষ্টা
শ্ৰীযুত বিমল চন্দ্ৰ ৰয়
বি এ ( সন্মান ) এল এল বি - উপদেষ্টা
অধ্যাপক ড° মনীন্দ্ৰ নাথ ৰায়
এম ভি এচ চি , পিএইচ ডি - উপদেষ্টা
শ্ৰীযুত ৰবেন্দ্ৰ বৰ্মন
এম এ , বি টি - সভাপতি
শ্ৰীযুত আশুতোষ বৰ্মন
বি এচ চি - উপ সভাপতি
শ্ৰীযুতা শৰ্মিষ্ঠা ৰায়
বি এ - উপ সভাপতি
ড° নীৰৱ চন্দ্ৰ অধিকাৰী
এম এচ চি , পি এইচ ডি - উপ সভাপতি
ডাঃ সাবিত্ৰী বৰুৱা
এম ভি এচ চি , এল এল বি - সম্পাদক
অধ্যাপক ড° ববিতা দাস
এম এ , এম ফিল , পি এইচ ডি - সম্পাদক
শ্ৰীযুত ৰাজীৱ ৰায়
বি এচ চি - সম্পাদক
শ্ৰীযুত দ্বিজেশ কুমাৰ ৰায়
ডি ই তি ই - কোষাধ্যক্ষ
শ্ৰীযুত ৰমেন দাস
এম এ ( ইংৰাজী ) - আলোচনী সম্পাদক
শ্ৰীযুত প্ৰদীপ কুমাৰ ৰয়
বি এ , এম বি এ - সহঃ আলোচনী সম্পাদক
শ্ৰীযুত মনোজ দাস
বি এ , প্ৰচাৰ সম্পাদক
শ্ৰীযুত জগদীশ চন্দ্ৰ ৰায়
এ এম আই ই - প্ৰচাৰ সম্পাদক
শ্ৰীযুত কৃষ্ণ কান্ত পাটগিৰি
বি এ - সাংস্কৃতিক সম্পাদক
শ্ৰীযুতা ৰঞ্জিতা ৰায়
বি এ ( মেজৰ ) প্ৰবীণ - সাংগঠনিক সম্পাদক
শ্ৰীযুত ৰাতুল দাস
বি এ , এল এল বি - সাংগঠনিক সম্পাদক
শ্ৰীযুতা পাৰুল ৰায়
বি এ - সাংগঠনিক সম্পাদক
শ্ৰীযুতা ৰঞ্জনা সৰকাৰ
বি এ ( সন্মান ) - কাৰ্যালয় সম্পাদ

আমাক সমৰ্থন কৰেক

Account Details

Koch Rajbongshi Sahitya Sabha , Kamrup Metro District Committee.

SB A/C : 394602011011605

IFSC Code : UBINO539465

Union Bank of India Maidamgaon , Basistha Road , Beltola Branch.

সাথত যোগাযোগ কৰাৰ জৈন্যে 

ঠিকানা

শিবসক্তি নগৰ,
লখৰা, গুৱাহাটী - ৪০.

ই-মেইল কৰিবাৰ পায়

krssguwahati@gmail.com